To subscribe to Rang TV's official channel, click here👉 http://bit.ly/2zKPoy8 Click here to watch all Episode #surujmukhi 👉 https://bit.ly/49ZISVC Episode Info 👇 Show Name - Surujmukhi - সুৰুযমূখী Full Episode Number - 496 About The Story - In a modest home once filled with joy, Krishna Bora raised three sons—each gifted in their own way: the eldest, brilliant in studies; the middle, skilled in mechanics; and the youngest, whose heart beat to the rhythm of music. But tragedy struck as their parents were lost on a journey, leaving a quiet void. The youngest son stepped up, setting aside his dreams to hold the family together, working tirelessly to support his brothers’ futures. As the eldest found success, he distanced himself, while the youngest remained steadfast, sacrificing his own life’s path for the family. Through trials and silent endurance, his selfless love eventually brought the family back together, restoring the warmth and unity they’d nearly lost. It’s a tale of sacrifice and strength, where one heart’s dedication binds a family anew. #Rangtv #Surujmukhi #Prideeastentertainments #drama Connect with Rang TV on Social Media: 👉Our Facebook Page: https://www.facebook.com/Rangtvofficial 👉Follow Us on Instagram: https://www.instagram.com/rang_channel/ 👉Follow Us on Twitter: https://x.com/rangtv2
ADVERTISEMENT
গৌৰাংগই সুৰভিক অতি সোনকালেই ধৰা পেলাব বুলি আমি সকলো আশাবাদী নে কি কয় ৰাইজ...?? এইফালে ৰত্নই অংশুক ধৰা পেলাব কি মজা লাগিব নহ চায়...
গৌৰাঙ্গৰ জৰিয়তে যাতে ত্ৰিদীপে অতি সোনকালে সুৰভীক দোষী সাব্যস্ত কৰিব পাৰে। অংশুৰ আচল চৰিত্ৰ ৰত্ন উদঙাই দিয়ে।
ত্ৰিদিপে এতিয়ালৈকে বুজি পোৱা নাই যে সুৰভি সাপ হৈ খুঁটি বেজ হৈ জাৰি আছে।। এদিন নহয় এদিন দৰা পৰিব কিন্তু।।কাৰ কাৰ বিশ্বাস আছে।
Parir hunkale val huatu kune kune bisra ❤
গৌৰাঙ্গক খবৰ দিয়া বিশেষ ব্যক্তিগৰাকী মেনকা মাহী যেন লগা নাইনে ?
2 is comments 🎉❤
টিদিপৰ নিচিনা মৰমীয়াল পুৰুষ বিলাক হোৱা হ'লে মহিলা বোৰে শান্তি থাকিব পাৰিলে হয়❤❤❤ মই মৰাণৰ পৰা চাই আছোঁ ❤❤❤
শেষ হ'লে বহুত বেয়া লাগিব, মই only এইখনেই serial চাও 😢
ৰত্ন ভাল লাগে বও লৈ মৰম দেখি সঁচা কৈ ৰত্ন বহুত ভাল অঞ্চুক ধৰা পেলাব ৰত্ন লৈ বহুত সুভাষ থাকিল
ত্ৰিদীপৰ বন্ধুজনে পৰীৰ শত্ৰু কোন ইতিমধ্যে কৈ দিলে! এতিয়া সুৰভি কেনেকৈ সাৰি যাব!
গৌৰাঙ্গ অহাই বৰ ভাল লাগিছে,, গৌৰাঙ্গৰ জৰিয়তে ত্ৰিদিবে সোনকালেই সুৰভিক ধৰা পেলাব পাৰিব।
গৌৰাংগা দা সঁচা বন্ধু ❤
টিদিপৰ নিচিনা ইমান মৰম কৰা জীৱনসংগী এজন পোৱা হ'লে বহুত সুখী হ'ব পাৰিলোঁ হেঁতেন 😢
Gouranga hosa kotha koise kintu🙌
2nd coment complete
Pori lahe lahe mant dibo parile aru sai Val lagibo ❤❤
First time gourang or val avinoi dekhisu... Beleg serial t beya acting kore
Ansu emn bewa aibur dykhe a aji kali biya hbo voi lage ❤
একদম সঁচা কথা কৈছে গৌৰাংগ ই সোনকালে ধৰা পেলাব পাৰে
Comment box❌ First comment Competition☑️..... 😂😂😅😅