To subscribe to Rang TV's official channel, click here👉 http://bit.ly/2zKPoy8 Click here to watch all Episode #surujmukhi 👉 https://bit.ly/49ZISVC Episode Info 👇 Show Name - Surujmukhi - সুৰুযমূখী Full Episode Number - 513 About The Story - In a modest home once filled with joy, Krishna Bora raised three sons—each gifted in their own way: the eldest, brilliant in studies; the middle, skilled in mechanics; and the youngest, whose heart beat to the rhythm of music. But tragedy struck as their parents were lost on a journey, leaving a quiet void. The youngest son stepped up, setting aside his dreams to hold the family together, working tirelessly to support his brothers’ futures. As the eldest found success, he distanced himself, while the youngest remained steadfast, sacrificing his own life’s path for the family. Through trials and silent endurance, his selfless love eventually brought the family back together, restoring the warmth and unity they’d nearly lost. It’s a tale of sacrifice and strength, where one heart’s dedication binds a family anew. #Rangtv #Surujmukhi #Prideeastentertainments #drama Connect with Rang TV on Social Media: 👉Our Facebook Page: https://www.facebook.com/Rangtvofficial 👉Follow Us on Instagram: https://www.instagram.com/rang_channel/ 👉Follow Us on Twitter: https://x.com/rangtv2
ADVERTISEMENT
একে একে দুই 🥳✌🏻 সূৰুযমুখী মোৰ দৰে কোনে আছা চাই শুই শুই ❤🤭😅 Kuah 😂😁
সোন আৰু শেৱালি মৃত্যু দাৰি হ'ব পূৱতি ।কাৰন শেখৰে এচিড্ৰেন কৰিছে।
কণমানিকেইজনী ইমান মৰমলগা কোনে কোনে ভাল পাইছা লাইক কৰা👍👍🙏🙏🙏❤️
সোন আৰু শেৱালীক শেখৰে কিবা কৰিছে যেনহে লাগিছে। সোন আৰু শেৱালীৰ একো নহ'লেই হ'ল আৰু নে কি কয় আপোনালোকে নহ'লে চিৰিয়েলখন বেয়া লাগিব চাই।
শেৱালি আৰু সোনৰ যেন একো নহয়, তেওঁলোক নাথাকিলে ধাৰাবাহিক খন চাই বেয়া লাগিব।
কোন কোন অপেক্ষা কৰি থাকে সুৰুযমূখী চাবলৈ
মোৰ এই সৰু ছোৱালী দুজনীক বহুত ভাল লাগে ইমান ধুনীয়া এক্টিং কৰিছে ❤❤❤
Xon ru xewali r accident hoi mritu hwa khbr tu xuni khub bea lgise 😢
সুৰুযমূখী ছিৰিয়েল খনত সকলো অভিনেতা - অভিনেত্ৰী ৰে অভিনয় খুউব সুন্দৰ হৈছে ♥️♥️♥️♥️♥️
সোণ আৰু শেৱালিৰ Accidentৰ খৱৰটোৱে ভয় লগাই গল মনত৷সূৰুযমূখীৰ অন্তিম খণ্ডত সোণ আৰু শেৱালিৰ মৃত্যু হোৱাতো বহুত দুখ লাগিব৷সকলোৱে অভিনয় সুন্দৰ৷❤❤
Hek hole bht miss korim surunmukhi😢🥺
Xun ru sewali r kiba hole sabo nuwarim xihote main serial khnt 😢
আজি চিৰিয়েলখনৰ বাতৰি চাই কিবা ভাল নেলাগিল।সোন আৰু শেৱালী অঘটন হ'লে চিৰিয়েলখন মেলমেলিয়া হ'ব। নাটকৰ কাহিনী চমু কৰিব লাগে।
Hun aru sewalir mritu a aitu a proman kore jaa vaal mnuhr lgt hdy beyai hoi ... Serial khnr hakh hmyt ankwaa krebo nlgesela dukh lgile 😢
হে ভগৱান😭সোন আৰু শেৱালিৰ যাতে একো নহয় 😢বচাবা সিহঁতক
সূৰুজমুখী চিৰিয়েল খনত ইমানেই গভীৰ ভাৱে সোমাই পৰিছোঁ যে তেওঁলোকৰ কিবা বেয়া খবৰৰ কথা ভাবিবই নোৱাৰোঁ
Kune kune comment sabo ahisa ata like kori diba❤❤
জিও আৰু আধ্যা সঁচাই বহুত মৰম লগা ❤❤
সোন আৰু শেৱালি একো হব নালাগে ভাল থকা টো বিচাৰোঁ
সোন আৰু শেৱালিক শেখৰে এচিড্ৰেন কৰিছে ।