To subscribe to Rang TV's official channel, click here👉 http://bit.ly/2zKPoy8 Click here to watch all Episode #surujmukhi 👉 https://bit.ly/49ZISVC Episode Info 👇 Show Name - Surujmukhi - সুৰুযমূখী Full Episode Number - 506 About The Story - In a modest home once filled with joy, Krishna Bora raised three sons—each gifted in their own way: the eldest, brilliant in studies; the middle, skilled in mechanics; and the youngest, whose heart beat to the rhythm of music. But tragedy struck as their parents were lost on a journey, leaving a quiet void. The youngest son stepped up, setting aside his dreams to hold the family together, working tirelessly to support his brothers’ futures. As the eldest found success, he distanced himself, while the youngest remained steadfast, sacrificing his own life’s path for the family. Through trials and silent endurance, his selfless love eventually brought the family back together, restoring the warmth and unity they’d nearly lost. It’s a tale of sacrifice and strength, where one heart’s dedication binds a family anew. #Rangtv #Surujmukhi #Prideeastentertainments #drama Connect with Rang TV on Social Media: 👉Our Facebook Page: https://www.facebook.com/Rangtvofficial 👉Follow Us on Instagram: https://www.instagram.com/rang_channel/ 👉Follow Us on Twitter: https://x.com/rangtv2
ADVERTISEMENT
😢সোন অনু শেৱালীক কোনে কোনে ভাল পোৱা লাইক কৰা
মোৰ দৰে কাৰ কাৰ প্ৰিয় সুৰুযমুখী
অণুলৈ আজি সকলোৰে বেয়া লাগিছে হয় নাই বাৰু। অংশুৱে এদিন নিজেই প্ৰস্তাৱ লাগিব।
অনু হাৰ নামানিবা ভালকৈ শিক্ষা দি হে যাবা
অনু বঢ়িয়া চৰ এটা দিব লাগিছিল তাক
অনু এজনী ভাল বোৱাৰী হোৱা হেতুকে তেওঁ দুখ পোৱাতো একেবাৰে নিবিচাৰোঁ। অনুলৈ বহুত দুখ লাগিল।
মজা এনেকৈয়ে দিব লাগে
পুৱতি বৰ বেয়াকৈ ফচিলে 😢
ঠিক কৈছা অনু ধন্যবাদ ।
Valkoi sor ata logai diya anu
অনুৰ এই দুখ দেখি সোণলৈ খং উঠিছে অণুৱে সোণক ভাল পাইছিল ঠিক তেনেকৈ সোণেও অণুক ভাল পাইছিল কিন্তু সোণে ককায়েকৰ মনৰ কথা গ'ম পায় ককায়েকে কষ্ট পাব বুলি সি নিজে অণুক ভাল নোপোৱাৰ অভিনয় কৰিলে কিন্তু আজি কি হ'ল সেই চৰিত্ৰহীন টোৱে সকলো পাহৰি বেলেগৰ বাবে অণুক দুখ দিছে
দিগঙ্গনা বাৰ যে কাহিনী বিলাক ইমান ভাল লাগে । ময়ুৰপংখি ফাৰ্ষ্ট আৰু সূৰুযমুখী চেকেণ্ড।।।আৰু এনেকৈ ধুনীয়া অভিনয় থকা ধাৰাবাহিক পাম বুলি ৰৈ থাকিম
Anu love you ❤❤❤❤❤❤
Anur mak uvoti ahise gatike r sinta nai anuk loi jabo lage xonkale makor logot tatiyaha anue alop xanti pabo নীলাঞ্জনা তালুকদাৰ উভতি অহাৰ babe kune kune vl paisa ❤😊
Moja ❤❤
Moja
My first comment 🥰🥰❤
Puwatie Shekharok voite - I love you - 💓 - koi aji misatei val fossil - 🌺
কিছুমান জহৰা জহৰী মানুহৰ বাবে ছিৰিয়েল খন চাব মন নাজায়
পুৱতিৰ কি দম সাদৰী শাশুমা গৰাকীৰ ওপৰত৷শেষৰ বোলোটোৰ অসভ্যালী কৰাৰ পাছতো love you বুলি কবলৈ লাজ লগা নাই৷হয়নে নহয় বাৰু?আৰু অনুলৈ আজি বহুত দুখ লাগিছে৷অংশুৰ বেয়া দিন আহি আছে যাবা৷